ka rud (Khasi) [ Roman: ka.rud]
    Contributed by: Himasri Das on 2023-05-08
    1. (Abstract Noun) the line demarking the outer limits of a particular area or a country এখন দেৱাল, জেউৰা বা এডাল কাল্পনিক ৰেখা যি কোনো দেশ বা অঞ্চলৰ আন এখন দেশ বা অঞ্চলৰ পৰা পৃথক কৰে৷
    Contributed by: Himasri Das on 2023-08-01
    2. (Verbal Noun) the empty space on both sides of a writing or a book কোনো হস্তলিপি বা পুথিৰ নেলেখি ৰখা শূন্য বা খালি দাঁতি
    English:
    Assamese:
    Khasi:
    Contributed by: Himasri Das on 2023-06-24
    3. (Abstract Noun) the period immediately before an event. কোনো ঘটনা বা কাৰ্য্য আৰম্ভ হোৱাৰ আগৰ সময়চোৱা।